Angshuman Borah - Jyoti текст песни
Исполнитель:
Angshuman Borah
альбом: Jyoti
তোমাৰ ক্ষণে ক্ষণে বৈ যোৱা
প্ৰেমৰে এটি মিঠা মিঠা আভাষ
তোমাৰ ক্ষণে ক্ষণে বৈ যোৱা
প্ৰেমৰে এটি মিঠা মিঠা আভা
হেঙুলীয়া পক্ষী হৈ হিয়াতে উৰি ফুৰা
বুকুতে বিয়পি আছে সমীৰৰ মাদকতা
জ্যোতি প্ৰকাশ হৈ পৰে প্ৰেমৰ কথা
আহি শুনা মোৰ হৃদয়ৰ হেজাৰ ভাষা
ফাগুনী মনেৰে তুমিয়ে কবিতা
দুটি নয়নে মাথোঁ তোমাতে বিলীন
সপোনে দিঠকে তোমাকে বিচাৰে কম্পিত হিয়া আজি হ'ল ৰঙীন
ফাগুনী মনেৰে তুমিয়ে কবিতা
দুটি নয়নে মাথোঁ তোমাতে বিলীন
সপোনে দিঠকে তোমাকে বিচাৰে কম্পিত হিয়া আজি হ'ল ৰঙীন
লাজুকী হিয়ৰে ৰচনা
অভিকল্প মোৰে ভাৱনাত
এবাৰ খোজ দিয়া
মাথোঁ তোমাৰ নামে সুৱৰে
পাখি মেলা মোৰ এই আবেগে
প্ৰতি পল প্ৰতি নিশা
প্ৰতি পল প্ৰতি নিশা
হেঙুলীয়া পক্ষী হৈ হিয়াতে উৰি ফুৰা
বুকুতে বিয়পি আছে সমীৰৰ মাদকতা
জ্যোতি প্ৰকাশ হৈ পৰে প্ৰেমৰ কথা
আহি শুনা মোৰ হৃদয়ৰ হেজাৰ ভাষা
ফাগুনী মনেৰে তুমিয়ে কবিতা
দুটি নয়নে মাথোঁ তোমাতে বিলীন
সপোনে দিঠকে তোমাকে বিচাৰে কম্পিত হিয়া আজি হ'ল ৰঙীন
ফাগুনী মনেৰে তুমিয়ে কবিতা
দুটি নয়নে মাথোঁ তোমাতে বিলীন
সপোনে দিঠকে তোমাকে বিচাৰে কম্পিত হিয়া আজি হ'ল ৰঙীন
Поcмотреть все песни артиста
Другие альбомы исполнителя