Amar Sivam - Tumak Nedekhile текст песни
Исполнитель:
Amar Sivam
альбом: Tumak Nedekhile
তোমাৰে ৰঙা ওঁঠ দুটি
নাজানো কিয় আহে মনলে'!
তোমাৰে নীলা দুচকু
কৰিছে আজি মোকে বলিয়া
You're one and only mine
You're one and only mine
You're one and only mine (whoa oh-oh-oh-oh)
তোমাৰে ৰঙা ওঁঠ দুটি
নাজানো কিয় আহে মনলে'!
তোমাৰে নীলা দুচকু
কৰিছে আজি মোকে বলিয়া
সঘনে আহে তোমাৰে ছবি
মনলে' মাথোঁ তোমাৰে কথা
তুমি জানো বুজিবা
মোৰ হৃদয়ৰে বেদনা?
তোমাক এদিন নেদেখিলে
উশাহ জানা মোৰ থমকে?
কিয় জানো মোৰ এই ভাৱনা!
হৃদয়খন যেন মোৰ আকলুৱা
তোমাক এদিন নেদেখিলে
উশাহ জানা মোৰ থমকে?
কিয় জানো মোৰ এই ভাৱনা!
হৃদয়খন যেন মোৰ আধৰুৱা (আধৰুৱা)
♪
Whoa oh-oh, whoa oh-oh-oh
Whoa oh-oh, whoa oh-oh-oh-oh
Whoa oh-oh-oh-oh
কলেজৰে কেণ্টীনত
সদায় তোক লগ পোৱা
জুমি জুমি মোক চোৱা
মিচিকি হাঁহি দিয়া
কলেজৰে কেণ্টীনত
সদায় তোক লগ পোৱা
জুমি জুমি মোক চোৱা
মিচিকি হাঁহি দিয়া
এই হৃদয়ত আছা মাথোঁ তুমি
ল'বানে জানো তুমি মোকে আপোন কৰি?
এই হৃদয়ত আছা মাথোঁ তুমি
ল'বানে জানো তুমি মোকে আপোন কৰি?
তোমাক এদিন নেদেখিলে
উশাহ জানা মোৰ থমকে?
কিয় জানো মোৰ এই ভাৱনা!
হৃদয়খন যেন মোৰ আকলুৱা
তোমাক এদিন নেদেখিলে
উশাহ জানা মোৰ থমকে?
কিয় জানো মোৰ এই ভাৱনা!
হৃদয়খন যেন মোৰ আধৰুৱা (আধৰুৱা)
♪
You're one and only mine
You're one and only mine
You're one and only mine (whoa oh-oh-oh-oh)
Whoa oh-oh, whoa oh-oh-oh
Whoa oh-oh, whoa oh-oh-oh-oh
Whoa oh-oh-oh-oh
You're one and only mine
You're one and only mine
You're one and only mine (whoa oh-oh-oh-oh)
Поcмотреть все песни артиста
Другие альбомы исполнителя