Kishore Kumar Hits

Vicky Kalita - Boroxa Bristi текст песни

Исполнитель: Vicky Kalita

альбом: Boroxa Bristi


বৰষা-বৃষ্টি, বৰষা-মেঘ
গাজনিতে নভৰে হিয়া
এই উপকূল ৰ'দে শুকালে
মৰীচিকাৰেহে আৱৰা
বৰষা-বৃষ্টি, বৰষা-মেঘ
গাজনিতে নভৰে হিয়া
এই উপকূল ৰ'দে শুকালে
মৰীচিকাৰেহে আৱৰা
বুকু মোৰ যেন শুকান বালিচৰ
তুমি যোৱাৰে পৰা
কিনো মায়াবী সপোনতে ৰৈ
নিদিয়া ধৰা!

সৌ হিমালয় তোমালৈহে আছে ৰৈ
সৌ হিমালয় তোমালৈহে আছে ৰৈ

সৌ হিমালয় তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
সৌ হিমালয় তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
বুকু মোৰ যেন শুকান বালিচৰ
তুমি যোৱাৰে পৰা
কিনো মায়াবী সপোনতে ৰৈ
নিদিয়া ধৰা!

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители