Vicky Kalita - Morom Tumale текст песни
Исполнитель:
Vicky Kalita
альбом: Morom Tumale
আচুতীয়া মৰমে অকা ছৱি হোৱানা
তোমালে আছে মোৰ জানা সচা ভালপোৱা
মিছাকেই নকবা আছে বুলি ভালপোৱা
মইও জানো তুমিও জানা
মনৰে ভাৱনা
বুকু ভৰি আছে মৰম তোমালে
জানানে নাজানা তুমি সচাকে
সুখে দুখে দুয়ো মিলিম গোপনে
তুমি জীৱন জাজী ঐ
হৈ বুকুৱেদি বৈ
বিলীন হবাগৈ মোৰ লগতে ঐ
মন আকাশতে ৰৈ মই কথা দিলো ঐ
তুমি মই আমি হম চিৰদিনলৈ
সৰু সৰু কথা বোৰে
আমনি কৰিছে মোক
নজনাকে নুবুজাকে
প্ৰেমতে পৰিলো মই
বুকু ভৰি আছে মৰম তোমালে
জানানে নাজানা তুমি সচাকে
সুখে দুখে দুয়ো মিলিম গোপনে
হ' হ' জীৱন জাজী ঐ
হৈ বুকুৱেদি বৈ
বিলীন হবাগৈ মোৰ লগতে ঐ
মন আকাশতে ৰৈ মই কথা দিলো ঐ
তুমি মই আমি হম চিৰদিনলৈ
সপোনৰে পজাতিতে তোমাকেই নিচুকাম
কবিতাতেই লিখি থলো তোমাৰেই শিৰোনাম
বুকু ভৰি আছে মৰম তোমালে
জানানে নাজানা তুমি সচাকে
সুখে দুখে দুয়ো মিলিম গোপনে
তুমি জীৱন জাজী ঐ
হৈ বুকুৱেদি বৈ
বিলীন হবাগৈ মোৰ লগতে ঐ
Поcмотреть все песни артиста
Другие альбомы исполнителя