Kishore Kumar Hits

Mizzu Mirzanoor - Heruwabo Nukhuju текст песни

Исполнитель: Mizzu Mirzanoor

альбом: Heruwabo Nukhuju


হেৰুৱাব নোখোজোঁ আজি মই তোমাকেই
মনে উচুপে কিয় জানো, জানানে?
এপাহি গোলাপে সোঁৱৰায় মৰমকে
চোৱাঁচোন এবাৰ তুমি মোলে'
উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিচাৰোঁ প্ৰতিপল মই তোমাকেই

অ', হিয়াৰে কোণতে ৰাখিছোঁ গোপনে
তোমাৰে মৰমবোৰ সযতনে
তুমি মোৰ জীয়া সপোন
তুমি আৱেগৰ দাপোণ
নহ'বাঁ উদাস মোৰে হৈ
সঁচা ভালপোৱা মোৰে
থাকিব হৈয়ে তোমাৰে
উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিচাৰোঁ প্ৰতিপল মই তোমাকেই
হেৰুৱাব নোখোজোঁ আজি মই তোমাকেই
মনে উচুপে কিয় জানো, জানানে?
এপাহি গোলাপে সোঁৱৰায় মৰমকে
চোৱাঁচোন এবাৰ তুমি মোলে'

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

Dyou

Исполнитель