Mizzu Mirzanoor - Morome Moromok Bisare текст песни
Исполнитель:
Mizzu Mirzanoor
альбом: Morome Moromok Bisare
নকলেও মই বুজা, তোমাৰ মনৰ ভাষা
বুকুতে আটি বন্ধা, ভাৱনাৰ ক'ত কথা
তুমি আৰু মই ভবা, নতুনৰে সুৰ মায়া
কওঁ নে তুমি ক'বা, মৰমৰ অবুজ ভাষা
বুকুখনি কিয় কপি উঠে
তোমাক কাষত পালে
ক'ম ক'ম বুলি ভাবা কথাবোৰ
ওঁঠতে হেৰাই মোৰে
তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ'দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে
অ তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ'দালিৰ দাপোণ
মৰমে মৰমক বিচাৰে জানানে
সপোন সপোন কিয় লাগে মোৰ
যদিও তুমি কাষৰতে
আলসুৱা নিবিড় আবেগ বোৰ
দিঠক হ'বলে দিয়ানা
বুকুখনি কিয় কপি উঠে
তোমাক কাষত পালে
ক'ম ক'ম বুলি ভবা কথাবোৰ
ওঁঠতে হেৰাই মোৰে
তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ'দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে
অ তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ'দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে
Поcмотреть все песни артиста
Другие альбомы исполнителя