Kishore Kumar Hits

Karabi Acharjya - Dukhor Oboxan текст песни

Исполнитель: Karabi Acharjya

альбом: Dukhor Oboxan


না-না-না-না-না, yeah না-না-না-না-হাঁ
না-না-না-না-না, yeah whoa
না-না-না-না-না, yeah না-না-না-না-না
না-না-না-না-না, whoa whoa
জীৱনৰে মৰিশালিত
বিভেদ উঠে জ্বলি
ধোঁৱা হৈ উৰি যায় হিংসা
সময়ৰে মৰুভূমিত
পথভ্ৰষ্ট বহু পথিক
বুকুতে সপোনৰ তৃষা
জীৱনৰে মৰিশালিত
বিভেদ উঠে জ্বলি
ধোঁৱা হৈ উৰি যায় হিংসা
সময়ৰে মৰুভূমিত
পথভ্ৰষ্ট বহু পথিক
বুকুতে সপোনৰ তৃষা
ৰুদ্ধ হ'ব এদিন পল বিৰহৰ
হাঁহি বিৰিঙিব ক্লান্ত ওঁঠত
ফুলি উঠিব ফুল সাতো ৰঙৰ
আশাৰে গীত যদি বাজে মনত
Whoa oh-oh-oh-oh, whoa oh-oh-oh
Whoa oh-oh-oh, whoa oh-oh-oh
Whoa oh-oh-oh-oh, whoa oh-oh-oh
Whoa oh-oh-oh, whoa oh-oh-oh

অবুজ-অজানা জীৱনৰ মায়া
উশাহ থাকিও মৃত কায়া
প্ৰাপ্তিৰ বুকুতো ককৰ্থনা
নিজৰবোৰেই কৰে প্ৰতাৰণা
অবুজ-অজানা জীৱনৰ মায়া
উশাহ থাকিও মৃত কায়া
ধনৰ বলত সুখৰ বাসনা
আপোনবোৰেই কৰে ছলনা
সহি যোৱাঁ, যুঁজি যোৱাঁ লক্ষ্যৰ বাটত
সূৰুয হৈ উজলিবা মনাকাশত
লিখি যোৱাঁ, গাই যোৱাঁ হেঁপাহৰে গান
নিশাৰ শেষত দুখৰ অৱসান
সহি যোৱাঁ, যুঁজি যোৱাঁ লক্ষ্যৰ বাটত
সূৰুয হৈ উজলিবা মনাকাশত
লিখি যোৱাঁ, গাই যোৱাঁ হেঁপাহৰে গান
নিশাৰ শেষত দুখৰ অৱসান

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель