Bhaskar Opswel - Boroxa текст песни
Исполнитель:
Bhaskar Opswel
альбом: Boroxa
অভিমানী বৰষুণে
চকুৰ পতাত সিঁচি দিলে
জীয়া জীয়া মৰমেৰে
তোমাকে-তোমাকে
উজাগৰী ৰাতিৰ এন্ধাৰে
ক'ব খোজে বৰষা-বুকুতে
♪
নামি অহা বুকুলে' মোৰ সপোন
প্ৰতি টোপালত তুমিয়েই তুমি চোন
সাঁচি ৰখা প্ৰণয়ৰ দাপোণ
তুমি মোৰ হৃদয়ৰে আপোন
♪
আঁচলৰ ভাঁজে-ভাঁজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেঁপাহো তোমালে'
প্ৰতিপল ভাৱনাতে
সমীৰৰ ঠিকনাতে
আঁজুৰি আনিম তোমাক
প্ৰতি বৰষাতে
♪
আঁচলৰ ভাঁজে-ভাঁজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেঁপাহো তোমালে'
প্ৰতিপল ভাৱনাতে
সমীৰৰ ঠিকনাতে
আঁজুৰি আনিম তোমাক
প্ৰতি বৰষাতে
মোৰ আবেলিৰ আশা তুমি
মোৰ প্ৰতিটো ভাষা তুমি
অভিমানী বৰষুণে
চকুৰ পতাত সিঁচি দিলে
জীয়া জীয়া মৰমেৰে
তোমাকে-তোমাকে
উজাগৰী ৰাতিৰ এন্ধাৰে
ক'ব খোজে বৰষা-বুকুতে
Поcмотреть все песни артиста
Другие альбомы исполнителя