Tanmoy Saikia - Rangdhali текст песни
Исполнитель:
Tanmoy Saikia
альбом: Rangdhali
ৰঙাকৈ কলিজাত ৰাগীয়াল সুৰেৰে
মৰমবোৰ সানি দিয়াঁনা
সুমধুৰ গীতেৰে বুজাম হিয়াৰ মৰম
শুনিবা জানো কোৱাঁনা!
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
♪
তোমাক হৃদয়তে লৈ যাম
মই লৈ যায় দূৰণিলে'
তোমাৰ হৃদয়তে বৈ যাম মই
বৈ যাম নদীৰ দৰে
সযতনে সজোৱা গাম-খাৰু হাততে
পিন্ধি লৈ বজাবাঁ গগনা হিয়াতে
মৌসনা মাতেৰে কৰিলা বলিয়া
চকুতে চকু থৈ তেনেকৈ নাচাবাঁ
মৰমবোৰ বাঢ়িছে তোমালৈয়ে জানা!
ৰাংঢালী হিয়াৰে হ'বানে কোৱাঁনা!
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
Поcмотреть все песни артиста
Другие альбомы исполнителя