Kishore Kumar Hits

OOTPAT MUSIC - Monot Ase Ne Kua текст песни

Исполнитель: OOTPAT MUSIC

альбом: Monot Ase Ne Kua


আজিও সপোনবোৰে আমনি কৰে মোক
কত যাও নিজক লৈ নাই মোৰ কোনো ঠিকনা
এৰি গৈছিলা মনত কৰা এতিয়াও বিচাৰোঁ
কিয় গৈছিলা তুমি মোক কোৱা কেনেকে পাহৰোঁ
এনেকে পাহৰি গলা নেকি
নিষ্ঠুৰ তোমাৰ হৃদয়ৰ ছবি
থাকিম মনতে ৰাখি তোমাৰ ছবি আঁকি
ও ও ও
আজি তৰা বোৰেও সুধিছে কত তুমি
কিয় গলা দূৰত এৰি?

মনত আছেনে কোৱা
ঘূৰাই তুমি মোক দিয়া (সেই সময়বোৰ)
মনত আছেনে কোৱা
ঘূৰাই তুমি মোক দিয়া (সেই সময়বোৰ)
মনত আছেনে কোৱা
ঘূৰাই তুমি মোক দিয়া

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель