Kishore Kumar Hits

Pincool - Posuwa текст песни

Исполнитель: Pincool

альбом: Posuwa


তুমি-তুমি আজি ঐ
আহাঁনা কাষৰলৈ
তোমালে' আছোঁ যে ৰৈ
দুবাহুতে পামনে মই?
হাতে হাত ধৰি লৈ
ঢাপলি মেলিলোঁ ঐ
আকাশকে চুমেগৈ
আজি প্ৰেমৰেনো পছোৱা বয়
বৰষা হৈ আহিছা জীৱনলে'
টোপাল টোপাল হৈ বৈছা সিৰে-সিৰে
পলে-পলে, ক্ষণে-ক্ষণে যে তোমাৰেই নাম
অজানিতে একো নভবাকে'
হুৱা-দুৱা লাগিছে মোৰ হৃদয়তে
কিভাৱে যে তোমাক মই বুজাম!
লিখিলোঁ কবিতা, ৰচিলোঁ গান
দি দিলোঁ তোমাক মই মোৰ মন-প্ৰাণ
তুমি-তুমি আজি ঐ
আহাঁনা কাষৰলৈ
তোমালে' আছোঁ যে ৰৈ
দুবাহুতে পামনে মই?
হাতে হাত ধৰি লৈ
ঢাপলি মেলিলোঁ ঐ
আকাশকে চুমেগৈ
আজি প্ৰেমৰেনো পছোৱা বয়

তুমিয়েই মোৰ হৃদয়ৰ কোঁহে-কোঁহে
তুমিয়েই মোৰ অশ্ৰু নয়নৰে
হিয়া ভৰি উজাৰি দিছোঁ মই
সপোনতে দেখোঁ মাথোঁ তোমাকেই
জানানে নুবুজা তুমি, জানা!
জ্বলি জ্বলি দহিছে মোৰ হিয়া
কঁপি-কঁপি-কঁপি উঠিছে কলিজা
সিৰে-সিৰে-সিৰে-সিৰে আজি তুমি আছা
তুমি-তুমি আজি ঐ
আহাঁনা কাষৰলৈ
তোমালে' আছোঁ যে ৰৈ
দুবাহুতে পামনে মই?
হাতে হাত ধৰি লৈ
ঢাপলি মেলিলোঁ ঐ
আকাশকে চুমেগৈ
আজি প্ৰেমৰেনো পছোৱা বয়
তুমি-তুমি আজি ঐ
আহাঁনা কাষৰলৈ
তোমালে' আছোঁ যে ৰৈ
দুবাহুতে পামনে মই?
হাতে হাত ধৰি লৈ
ঢাপলি মেলিলোঁ ঐ
আকাশকে চুমেগৈ
আজি প্ৰেমৰেনো পছোৱা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

DXA

Исполнитель

DHRTX

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель