তুমি আহাঁ মোৰে কাষত
কঁহুৱা ফুলিছে
তুমি থাকাঁ মোৰে কাষত
মনে যে হাঁহিছে
তুমি আহাঁ মোৰে কাষত
কঁহুৱা ফুলিছে
তুমি থাকাঁ মোৰে কাষত
মনে যে হাঁহিছে
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী
মনৰে সুখৰে লগৰী
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী
মনৰে সুখৰে লগৰী
♪
পলে-পলে নিশাৰ তৰাই
কৈ থাকে তোমাৰে কথা
মনে মনে ৰাখোঁ সাঁচি
নকওঁ বুলি মনৰে বেথা
কিদৰে কওঁ- "ভাল পাওঁ তোমাক"!
যাতে তুমি শুনি পোৱা
আগুৱাই বহুদূৰ
এবাৰ মোলে' ঘূৰি চোৱাঁ
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী
মনৰে সুখৰে লগৰী
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী
Поcмотреть все песни артиста
Другие альбомы исполнителя