Pincool - Osinaki Mon текст песни
Исполнитель:
Pincool
альбом: Osinaki Mon
অচিনাকী মনত
অভিমানী তুমি
ৰুণজুন ৰুণজুন
গুণ গুণ গুণ গুণ
কৰে মোৰ হিয়া অ
প্ৰেমৰে বাতটে
পিচলি পৰিলো
ৰিমঝিম ৰিমঝিম
ৰিমঝিম ৰিমঝিম
কৰে মোৰ হিয়া
মিচিকিয়া হাঁহিটিয়ে
ৰচে প্ৰেমৰে ভাষা
কাজলীয়া দুচকুতে
জিলিকে মৰম জানা
মিচিকিয়া হাঁহিটিয়ে
ৰচে প্ৰেমৰে ভাষা
কাজলীয়া দুচকুতে
জিলিকে মৰম জানা
তুমি মোৰ মনৰে তৰা
আকাশী বুকুৰে নীলা
মৰমৰ ৰঙেৰে তুমি মোৰ
হিয়া মুহিলা
তুমি জোনাকতকেওঁ ধুনীয়া
প্ৰেম নহয় মোৰ দুদিনীয়া
নিথৰুৱা বাটৰ প্ৰেৰণা
আলসুৱা মনত মায়া সানিলা
তুমি জোনাকতকেওঁ ধুনীয়া
প্ৰেম নহয় মোৰ দুদিনীয়া
নিথৰুৱা বাটৰ প্ৰেৰণা
আলসুৱা মনত মায়া সানিলা
সচাকে এবাৰ কোৱা
ভাল পোৱানে নোপোৱা
কোমল কলিজা খনিত
কৰিছাঁ অহা যোৱা
সচাকে এবাৰ কোৱা
ভাল পোৱানে নোপোৱা
কোমল কলিজা খনিত
কৰিছাঁ অহা যোৱা
আকৌ এবাৰ সুধিছো কোৱানা
মিচিকিয়া হাঁহিটিয়ে
ৰচে প্ৰেমৰে ভাষা
কাজলীয়া দুচকুতে
জিলিকে মৰম জানা
মিচিকিয়া হাঁহিটিয়ে
ৰচে প্ৰেমৰে ভাষা
কাজলীয়া দুচকুতে
জিলিকে মৰম জানা
তুমি মোৰ মনৰে তৰা
আকাশী বুকুৰে নীলা
মৰমৰ ৰঙেৰে তুমি মোৰ
হিয়া মুহিলা
অচিনাকী মনত
অভিমানী তুমি
ৰুণজুন ৰুণজুন
গুণ গুণ গুণ গুণ
কৰে মোৰ হিয়া অ
প্ৰেমৰে বাতটে
পিচলি পৰিলো
ৰিমঝিম ৰিমঝিম
ৰিমঝিম ৰিমঝিম
কৰে মোৰ হিয়া
Поcмотреть все песни артиста
Другие альбомы исполнителя