Kishore Kumar Hits

Tonmoy Krypton - Xubakhi Xondhiya текст песни

Исполнитель: Tonmoy Krypton

альбом: Xubakhi Xondhiya


সন্ধিয়া শেৱালি সৰা
সাৰদী মায়াবী ধৰা
সন্ধিয়া শেৱালি সৰা
সাৰদী মায়াবী ধৰা
সুবাসী গধূলি
তোমাৰে পদূলি
মন আকুলিত কৰা
সুবাসী গধূলি
তোমাৰে পদূলি
মন আকুলিত কৰা
সন্ধিয়া শেৱালি সৰা
সাৰদী মায়াবী ধৰা
জোনাকে সিঁচিছে
ৰূপোৱালী আভা
বননি সিক্ত কৰা
জোনাকে সিঁচিছে
ৰূপোৱালী আভা
বননি সিক্ত কৰা
অজানিতে এটি
সুৰ নিগৰিছে
মোৰ হৃদয়ৰ পৰা
অজানিতে এটি
সুৰ নিগৰিছে
মোৰ হৃদয়ৰ পৰা
সন্ধিয়া শেৱালি সৰা
সাৰদী মায়াবী ধৰা
দূৰণিৰ পথাৰৰ
সৰগী অশোভা
প্ৰথম কুঁৱলী পৰা
দূৰণিৰ পথাৰৰ
সৰগী অশোভা
প্ৰথম কুঁৱলী পৰা
শুকুলা চাদৰৰ
আঁৰত লুকালে
সেউজী ধাননিডৰা
শুকুলা চাদৰৰ
আঁৰত লুকালে
সেউজী ধাননিডৰা
সন্ধিয়া শেৱালি সৰা
সাৰদী মায়াবী ধৰা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель