Kishore Kumar Hits

Tonmoy Krypton - Preeti Abeli текст песни

Исполнитель: Tonmoy Krypton

альбом: Preeti Abeli


এই গীত ৰং-ধেমালিৰ ৰচনা
এইয়া প্ৰীতি আবেলিৰ ঠিকনা
পাহৰি যত মনৰে বেদনা
হিয়াত বাজে সঘনে গগনা
মতলীয়া বতাহজাকে
উলাহতে চুমা যাচে
জুৰিটিৰ পাৰে-পাৰে
কঁহুৱাই সপোন ৰচে
মতলীয়া বতাহজাকে
উলাহতে চুমা যাচে
জুৰিটিৰ পাৰে-পাৰে
কঁহুৱাই সপোন ৰচে

মনৰে দলিচা
ফুলনি-বাগিচা
মনৰে দলিচা
ফুলনি-বাগিচা

এই গীত মনমন্দিৰৰ থাপনা
এইয়া প্ৰেম-ভালপোৱাৰ কামনা
এই গীত সুৰসাগৰৰ অৰ্চনা
এইয়া প্ৰাণমুৰুলীৰ মূৰ্চ্ছনা
মতলীয়া বতাহজাকে
উলাহতে চুমা যাচে
জুৰিটিৰ পাৰে পাৰে
কঁহুৱাই সপোন ৰচে
মতলীয়া বতাহজাকে
উলাহতে চুমা যাচে
জুৰিটিৰ পাৰে পাৰে
কঁহুৱাই সপোন ৰচে

মনৰে দলিচা
ফুলনি-বাগিচা
মনৰে দলিচা
ফুলনি-বাগিচা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель