Kishore Kumar Hits

Tonmoy Krypton - Unnaxi текст песни

Исполнитель: Tonmoy Krypton

альбом: Unnaxi


কেনিনো ছিটিকিলে মেঘ বেপৰোৱা!
হাঁহি এটি আলসুৱা
দুগালে-দুহাতে থৈ চাই ৰ'লোঁ
অভিমানী মনো যে উতনুৱা
উন্নাসী মন আজি, উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ, উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ
চপৰা-চপৰে খহি যোৱা বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা কপাহী আৱেগ আকলুৱা

গোমোঠা বতাহে কঁপালেহি প্ৰাণ মোৰ
সামৰি যতনে থ
উজাগৰী নিশাৰে প্ৰহৰী তৰা মোৰ
নামি আহি মোৰে কাষৰতে ৰ
উন্নাসী মন আজি, উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ, উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ
চপৰা-চপৰে খহি যোৱা বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা কপাহী আৱেগ আকলুৱা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель