Tanveer Masoom - Xubaxona текст песни
Исполнитель:
Tanveer Masoom
альбом: Xubaxona
ঢেৰেকনি শুনি আজি
বৰষুণৰ টোপালে কয়
"তুমি নাই, তুমি নাই"
ঢেৰেকনি শুনি আজি
বৰষুণৰ টোপালে কয়
"তুমি নাই, তুমি নাই"
হৃদয়ত ৰন্ধ্ৰে-ৰন্ধ্ৰে আজি
মৰম বিচাৰি হাবাথুৰি
এজাক মলয়া বতাহে আহি
মনত মায়াৰ ঢৌ তোলেহি
অন্ধকাৰ জীৱনত আজি
পোহৰ হয় চিনাকি
চিকুণ আকাশে আজি
ছটিয়ালে প্ৰসন্নতা
মুগ্ধ হিয়াত মোৰ
প্ৰণয়ৰ সুবাসনা
চিকুণ আকাশে আজি
ছটিয়ালে প্ৰসন্নতা
মুগ্ধ হিয়াত মোৰ
প্ৰণয়ৰ সুবাসনা
♪
নৈৰ সোঁতে-সোঁতে (সোঁতে-সোঁতে)
আজি উটি আহিলে (আহিলে)
মনৰে সকলো চেতনা
পুৱাৰ ৰ'দালিয়ে (ৰ'দালিয়ে)
আজি আহি দিলে (আহি দিলে)
চকু খুলি এটি কল্পনা
হৃদয়ত ৰন্ধ্ৰে-ৰন্ধ্ৰে আজি
মৰম বিচাৰি হাবাথুৰি
এজাক মলয়া বতাহে আহি
মনত মায়াৰ ঢৌ তোলেহি
অন্ধকাৰ জীৱনত আজি
পোহৰ হয় চিনাকি
চিকুণ আকাশে আজি
ছটিয়ালে প্ৰসন্নতা
মুগ্ধ হিয়াত মোৰ
প্ৰণয়ৰ সুবাসনা
চিকুণ আকাশে আজি
ছটিয়ালে প্ৰসন্নতা
মুগ্ধ হিয়াত মোৰ
প্ৰণয়ৰ সুবাসনা
Поcмотреть все песни артиста
Другие альбомы исполнителя