DXA - Bilin текст песни
Исполнитель:
DXA
альбом: Bilin
তুমি মোৰে জীৱনৰ
অবুজ শিহৰণ
বুজাব মই নোৱাৰোঁ
আশাৰ আৱৰণ সানি
মলয়া ফাগুনতে
হেঁপাহো আহিছিল ভাহি
পলে পলে তোমাকে ভাবি
মনে মনে তোমাকে সুঁৱৰি
লাহে লাহে তোমাৰে প্ৰেমত
ধীৰে ধীৰে মই হ'লোঁ বিলীন
ধীৰে ধীৰে মই হ'লোঁ বিলীন
ধীৰে ধীৰে মই হ'লোঁ বিলীন
চোৱাঁনা চোৱাঁ তুমি দুচকুলে'
লোৱাঁনা লোৱাঁ তুমি মৰমকে
আহাঁনা আহাঁ এবাৰলে' কাষত
সপোনতে ধৰাঁ তুমি মোৰে হাতত
চোৱাঁনা চোৱাঁ তুমি দুচকুলে'
লোৱাঁনা লোৱাঁ তুমি মৰমকে
বোৱাঁনা তুমি এই প্ৰেমৰ নৈ
আহাঁনা আহাঁ এবাৰ কাষলৈ
হিয়াত কিনো এই জোৱাৰ?
উশাহো ঘন হয়
তোমাৰেই নাম লৈ
পলে পলে তোমাকে ভাবি
মনে মনে তোমাকে সুঁৱৰি
লাহে লাহে তোমাৰে প্ৰেমত
ধীৰে ধীৰে মই হ'লোঁ বিলীন
ধীৰে ধীৰে মই হ'লোঁ বিলীন
পলে পলে
মনে মনে
লাহে লাহে
ধীৰে ধীৰে
লাহে লাহে তোমাৰে প্ৰেমত
ধীৰে ধীৰে মই হ'লোঁ বিলীন
Поcмотреть все песни артиста
Другие альбомы исполнителя