Kishore Kumar Hits

Karan Das - Tai Muk Eri Gol текст песни

Исполнитель: Karan Das

альбом: Tai Muk Eri Gol


সময়বোৰ পাৰ হ'ল
বেলিও ডুবি গ'ল
धीरे-धीरे লাহে-লাহে
তাইও মোক এৰি গ'ল
সময়বোৰ পাৰ হ'ল
বেলিও ডুবি গ'ল
धीरे-धीरे লাহে-লাহে
তাইও মোক এৰি গ'ল
আজিও দেখোঁ তোমাৰ ছবি
পাহৰা নাই তোমাৰ হাঁহি
যদিও নাই তুমি
জিয়াই আছোঁ তোমাকে ভাবি

মনত পৰে সেই হেৰোৱা স্মৃতি
মনত পৰে তাইৰ মিঠা হাঁহিটি
জানোঁ এদিন আহিবা
জানোঁ এদিন বুজিবা
মনত পৰে সেই হেৰোৱা স্মৃতি
মনত পৰে তাইৰ মিঠা হাঁহিটি
জানোঁ এদিন আহিবা
জানোঁ এদিন বুজিবা
মোক দুবাহুত সাবতি তুমি আকৌ কান্দিবা
মোক হাত বাউলি তুমি আকৌ মাতিবা
সময়বোৰ পাৰ হ'ল
বেলিও ডুবি গ'ল
धीरे-धीरे লাহে-লাহে
তাইও মোক এৰি গ'ল
সময়বোৰ পাৰ হ'ল
বেলিও ডুবি গ'ল
धीरे-धीरे লাহে-লাহে
তাইও মোক এৰি গ'ল

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель