Kishore Kumar Hits

Karan Das - Sesa Kori Juwa текст песни

Исполнитель: Karan Das

альбом: Sesa Kori Juwa


পাৰিবানে চাব উভতি এবাৰ?
মিছাতে কোৱা কিয় নহওঁ বুলি তোমাৰ?

পাৰিবানে চাব উভতি এবাৰ?
মিছাতে কোৱা কিয় নহওঁ বুলি তোমাৰ?
লোৱাঁনা মোৰ প্ৰেমৰ বাট
কিয় দিয়া বাৰে বাৰে কোমল আঘাত?
চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা
অজানিতে বুকুত বিয়পিলা
চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা
অজানিতে বুকুত বিয়পিলা

বিচৰা সপোনৰ, বিচৰা জোনাকৰ
চিনাকি লগৰী আজি তুমি কাষত
থাকাঁনা প্ৰতিটো পল
দিয়াঁনা প্ৰতিটো ক্ষণ
নিদিবাঁ আনক মন
লোৱাঁনা মোৰ মন
এধানি চাৱনি নূপুৰে নোজোৰে
মনে নিবিচাৰে দূৰ
জীৱনো ৰঙালী, আকুলি-বিকুলি
তোমাতেই পাওঁ মিলনৰ সুৰ
লোৱাঁনা মোৰ প্ৰেমৰ বাট
কিয় দিয়া বাৰে বাৰে কোমল আঘাত?
চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা
অজানিতে বুকুত বিয়পিলা
চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা
অজানিতে বুকুত বিয়পিলা

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель