Kishore Kumar Hits

Karan Das - Loi Juwa текст песни

Исполнитель: Karan Das

альбом: Loi Juwa


শেৱালি ফুলা সন্ধিয়াৰ কথা
সুৰীয়া মনৰ সুবাসী গাথাঁ
জোনাক ভৰা প্ৰীতিৰে নিশা
অযুত ভাবৰ নিলীম আশা
তুমি মোৰ বাবে এখনি নদীৰ দৰে
বৈ যোৱা বুকুৰে লৈ মোক হৃদয়তে
লৈ যোৱা মোক তোমাৰ কাষলে
এতিয়া বিলীন হ'ম তোমাতেই
থৈ দিয়া মোক বুকুৰ ভাঁজতে
এতিয়া উশাহ মোৰ তুমিয়েই
হেঁপাহো উমলা প্ৰণয়ৰে আশা
এপাচি ভাবৰে ভাবনা হোৱানা
আবেগে সজোৱা মনৰে উপমা
এধানি ৰাগৰে ৰাগিণী হোৱা
তুমি মোৰ বাবে এখনি নদীৰ দৰে
বৈ যোৱা বুকুৰে লৈ মোক হৃদয়তে
তুমি মোৰ বাবে এপাহি ৰ'দৰ দৰে
জিলিকা সপোনৰ সাথঁৰো তুমি
আজৰি দিয়া তোমাৰে ভালপোৱা
হৃদয়ত সজল তোমাৰ বাসনা
লৈ যোৱা মোক তোমাৰ কাষলে
এতিয়া বিলীন হ'ম তোমাতেই
থৈ দিয়া মোক বুকুৰ ভাঁজতে
এতিয়া উশাহ মোৰ তুমিয়েই
লৈ যোৱা...

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель