Kishore Kumar Hits

Nikhil Jyoti Sarma - Eka Beka текст песни

Исполнитель: Nikhil Jyoti Sarma

альбом: Eka Beka


এঁকা-বেঁকা বাটেৰে বাট বুলি
বিচাৰি তোমাৰ খোজৰে ধূলি
তুমি গৰকি যোৱা এই আবেলি
নিয়ৰে সজাব খোজা এই গধূলি
তোমাকে যদি মই কাষতে পাওঁ
বাকী পৃথিৱী মই পাহৰি যাওঁ
তোমাকে যদি মই কাষতে পাওঁ
বাকী পৃথিৱী মই পাহৰি যাওঁ
এঁকা-বেঁকা বাটেৰে বাট বুলি
বিচাৰি তোমাৰ খোজৰে ধূলি

কণ কণ আশাৰে ঢাকি ল'লোঁ নিজকে
হেঙুলীয়া হেঁপাহৰ জিৰণি নিজানতে
তুমি চালে বাঢ়ে ঢৌ বুকুৰে ভিতৰতে
তুমি ছুলে বৰষুণ খৰালি আকাশতে
তোমাকে যদি মই কাষতে পাওঁ
বাকী পৃথিৱী মই পাহৰি যাওঁ
তোমাকে যদি মই কাষতে পাওঁ
বাকী পৃথিৱী মই পাহৰি যাওঁ
এঁকা-বেঁকা বাটেৰে বাট বুলি
বিচাৰি তোমাৰ খোজৰে ধূলি

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель