Kishore Kumar Hits

Nikhil Jyoti Sarma - HOLI Geet 2021 текст песни

Исполнитель: Nikhil Jyoti Sarma

альбом: HOLI Geet 2021


মোহন মুৰুলী কানাই
বজায় বৃন্দাবনে হে
বংশীৰ ৰাৱ শুন গোপী
ফুৰে বনে বনে হে
হে হৰি কৰুণাময় হে
নিকুঞ্জ বিহাৰী
হে হৰি কৰুণাময় হে
নিকুঞ্জ বিহাৰী
ফাগুনী পলাশে নাচে
সকলো পাহৰি
ফাগুনী পলাশে নাচে
সকলো পাহৰি
(মোহন মুৰুলী কানাই)
(বজায় বৃন্দাবনে হে)

ফাগু খেলে হৰি
ব্ৰজেৰ সহিতে
ফাগু খেলে হৰি
ব্ৰজেৰ সহিতে
দুহাতে আবীৰ সানি
বসন্ত বেলাতে
হৰি বসন্ত বেলাতে
হে হৰি কৰুণাময় হে
নিকুঞ্জ বিহাৰী
হে হৰি কৰুণাময় হে
নিকুঞ্জ বিহাৰী
ফাগুনী পলাশে নাচে
সকলো পাহৰি
ফাগুনী পলাশে নাচে
সকলো পাহৰি
(মোহন মুৰুলী কানাই)
(বজায় বৃন্দাবনে হে)

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель