যাচিলা মোৰ বুকুতে
আৱেগৰে বৰষা
চেনেহৰে ছবি এইয়া
আনে বুজি নোপোৱা
সুধিবলে' আছে
মোৰ বহুকথা
আলসুৱা মন মোৰে
নিচেই যে ঠুনুকা
হেৰোৱা সুবাসে সপোনতে উমলিব যায়
তোমাৰে-মোৰে পৃথিৱী তাতে দিলোঁ সজাই
মতলীয়া আৱেগে তোমাৰে কথা কৈ যায়
প্ৰণয়ৰে আবেলিতে তোমাৰ হাঁহি ৰৈ যায়
♪
गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन
गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन
♪
চিনাকি যে হোৱা সেই সন্ধিয়া
মনত পৰেনে তোমাৰে কোৱাঁ!
♪
চিনাকি যে হোৱা সেই সন্ধিয়া
মনত পৰেনে তোমাৰে কোৱাঁ!
আজি অচিনাকি হ'লোঁ যে আমি
বুজিব বিচাৰোঁ কি প্ৰহেলিকা তুমি!
হেৰোৱা সুবাসে সপোনতে উমলিব যায়
তোমাৰে-মোৰে পৃথিৱী তাতে দিলোঁ সজাই
মতলীয়া আৱেগে তোমাৰে কথা কৈ যায়
প্ৰণয়ৰে আবেলিতে তোমাৰ হাঁহি ৰৈ যায়
♪
गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन
गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन
Поcмотреть все песни артиста
Другие альбомы исполнителя