Kishore Kumar Hits

Abhi Saikia - Dhulixona текст песни

Исполнитель: Abhi Saikia

альбом: Dhulixona


পৃথিৱী জিকি-মিকি
শুকুলা পোহৰে কৰেহি
ছিটিকি পৰিবহি
তৰাৰে চিয়াঁহী মনৰঙী
জোনে মুঠি মাৰিছে মনকে, অ' নিশা
উকা কৰি ওৰেটো ৰাতিতে জী উঠা
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ

কেঁকুৰি আছুতীয়া
বোৱঁতী নদীৰ নীলিমা
সৰকি আধৰুৱা
বৰষাটোপালে সজোৱা
চকু মেলি চোৱাঁনা নিজানে কি পোৱা
হাঁহি দিয়াঁ গোপনে, জোনাকী পৰুৱা
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель