এই তাই এৰি গুচি যায়
মনে আজিও তাইকে বিচাৰি যায়
হেজাৰ সপোন দেখাই
সেই সপোন লৈ আজিও আছোঁ
নিবিচাৰোঁ এই জীৱন
যত নাই তোৰ মোৰ মিলন
বিছৰাও নাই তোৰ হেই মিছা মৰম
আধৰুৱা কৰি মোক গলা তুমি বহু দুৰ
কাষত নাই যদিও বিচাৰোঁ তোৰে সুখ
কলা আকাশ কলা পোহৰ
আবৰিছে মোৰ মন
নিহত হৈ আছোঁ জীয়াই
অনাত্মা জীৱন
Every time we say
We are never gonna be seperate
এতিয়া পাগলৰ দৰে প্ৰেম কৰিব শিকাই
You've come to teach me how to hate
আজি সকলো সম্পৰ্ক কৰি শেষ
এৰি গলা নুবুজি মোৰ আবেগ
Now you suggest me to take a chill bill
Sorry নাছিলোঁ ধৰা মই মিছা বেশ
মোৰ জীৱনটো কৰিলা সপোনেৰে ভৰা
আঁতৰি গলা কিয় আপোন পাহৰা?
ধৰি ৰাখিব নোৱাৰি মই চকুলো নিগৰা
Believe me
নাছিলোঁ মই আগতে ইমানো অকৰা
হা
নাছিলোঁ মই আগতে ইমানো অকৰা
অ' মই অকৰা তোমাক লৈ
কিন্তু নিদিও আমনি আৰু তোমাক গৈ
হাঁহি থাকিবা তুমি সদাই আগৰে দৰে
মইও চলি যাম
আমাৰ স্মৃতিবোৰ আনক কৈ
হা
আমাৰ স্মৃতিবোৰ লগত লৈ
আমাৰ স্মৃতিবোৰ আনক কৈ
আমাৰ স্মৃতিবোৰ লগত লৈ
♪
কি সঁচা কি মিছা তোৰ প্ৰেমৰ মাজত
আবেগে নেৰে মোৰ পিছা সময়ৰ ভাজত
কি মিছা আছিলে সেই মিছা প্ৰেমৰ
বিষাদে মাৰে মোক হেঁচা আজিও মনক
আবৰে বিষাদে যদিও তোক পোৱাৰ তৃষা
সামৰি আশাবোৰ
উজাগৰ কৰি নিশা
Every night I spent awake
মনত ধুমুহা আহে স্মৃতিৰ অনেক
নাজানো কিদৰে শিকিলা তুমি হাহিবলে
ইমান বছৰৰ সম্পৰ্ক কৰি break
It's my love, not a joke you've made
তোমাৰ হৈ থাকিবলৈ often you said
এতিয়া নিজেই গৈ আছে বহু দূৰত সকল
সকলো চিঙি ভাঙি বিচ্ছেদ
অ' মই নুৱাৰিছো সহজে লব
তোমাৰ দৰে জানা নীৰৱে ৰব
তুমি ঘূৰি আৰু নাহিলেও হব
মই নাযাওঁ আনক একোকে কব
Don't worry
মই নাযাওঁ আনক একোকে কব
তুমি ঘূৰি আৰু নাঁহিলেও হব
মই নাযাওঁ আনক একোকে কব
Поcмотреть все песни артиста
Другие альбомы исполнителя