ঘৰৰে চুবুৰিতে কৰা খেল-ধেমালি নজনাকে'-নুবুজাকে' পাৰ হ'ল ল'ৰালি আঁহতৰ আৱৰতে পঢ়োঁতে কুঁহিপাত তোমাৰ হাঁহিটিয়ে খুলিলে প্ৰেমৰ বাট Back to the place where I belong অতীতলে' উভতি যাবলে' মন Closing my eyes and feeling the breeze স্মৃতিয়ে সিঁচিছে সুখৰে প্ৰতীক Back to the place where I belong অতীতলে' উভতি যাবলে' মন Walking all way to your home যদি তোমাক পাওঁ মনৰ কথা ক'ম ♪ হৃদয়ত আলফুলে বাজিছে ৰাগিণী তুমি যেন কাষৰতে অনুভৱ সৰগী আঁহতৰ আৱৰতে পঢ়োঁতে কুঁহিপাত তোমাৰ হাঁহিটিয়ে খুলিলে প্ৰেমৰ বাট Back to the place where I belong অতীতলে' উভতি যাবলে' মন Closing my eyes and feeling the breeze স্মৃতিয়ে সিঁচিছে সুখৰে প্ৰতীক Back to the place where I belong অতীতলে' উভতি যাবলে' মন Walking all way to your home যদি তোমাক পাওঁ মনৰ কথা ক'ম ♪ Back to the place where I belong অতীতলে' উভতি যাবলে' মন