Kishore Kumar Hits

Aarxslan - Jadukori текст песни

Исполнитель: Aarxslan

альбом: Jadukori


উজাগৰী নিশাটি আজি দেখোন শুৱনি
তুমি আছা মোৰে কাষতে
হৃদয়ৰে বাতৰি হ'ব আজি সলনি
ৰাখিম উমাল বুকুৰ মাজতে
জোনাকীয়ে লাজতে খিৰিকীৰে ওভতে
সাৱটি তোমাক লোৱা দেখি
মৰমৰ বুলনিত মন মোৰ বাউলী
চাৱনি তোমাৰ যাদুকৰী
চাৱনি তোমাৰ যাদুকৰী
চাৱনি তোমাৰ যাদুকৰী

All the time that you spend in my mind
I've been tryna take control now
Sketching the things that I see in my brain
All you gotta do is come over
You come over
You come over, yeah, yeah
Yeah, yeah
একুৰা অগনি দেহাৰে ভাঁজতে
মতলীয়া দুয়ো দুয়োৰে নিচাতে
দুদিনীয়া জীৱনৰ এই মায়াতে
বান্ধি ৰাখিবাঁ মোক হিয়াতে গোপনে
একুৰা অগনি দেহাৰে ভাঁজতে
মতলীয়া দুয়ো দুয়োৰে নিচাতে
দুদিনীয়া জীৱনৰ এই মায়াতে
বান্ধি ৰাখিবাঁ মোক হিয়াতে গোপনে
অৱচেতন মনতো চোন তোমাৰেই ছবি ভাহে
আজি নিশা বুজি পালোঁ, তমসাও ভাল লাগে
জোনাকীয়ে লাজতে খিৰিকীৰে ওভতে
সাৱটি তোমাক লোৱা দেখি
মৰমৰ বুলনিত মন মোৰ বাউলী
চাৱনি তোমাৰ যাদুকৰী
চাৱনি তোমাৰ যাদুকৰী
চাৱনি তোমাৰ যাদুকৰী

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель