Kishore Kumar Hits

Mrityunjoy Kakati - Tulonabiheen текст песни

Исполнитель: Mrityunjoy Kakati

альбом: Tulonabiheen


মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিওঁ মই বুজনি!
মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিওঁ মই বুজনি!
অনুভূতিবোৰো আহিছে সুৰেৰে নিগৰি
তোমাৰেই ভাৱনাতে সাৰে আছোঁ উজাগৰী
ক'বলে' আছে কত কাহিনী
তোমাৰে স'তে মেলা পাতনি
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই

শব্দবিহীন মই

শব্দবিহীন মই

তোমাৰেই পৰাই পাতনি
মোৰ প্ৰতিটো হাঁহি
তোমাতেই যে হয় সামৰণি
মোৰ প্ৰতিটো ৰাতি
তোমাৰেই কাৰণে শুৱনি
মোৰ সুৰৰে ৰাগি
তোমাকেই কাষৰতে পালে বাঢ়ে
উশাহৰে গতি
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰাপাতে ভৰা ধৰণীও
আজি লাগিছে সেয়াও ৰসাল
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰাপাতে ভৰা ধৰণীও
আজি লাগিছে সেয়াও ৰসাল
ক'বলে' আছে কত কাহিনী
তোমাৰে স'তে মেলা পাতনি
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই

শব্দবিহীন মই

শব্দবিহীন মই

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель