উজাগৰী নিশাটি আজি দেখোন শুৱনি তুমি আছা মোৰে কাষতে হৃদয়ৰে বাতৰি হ'ব আজি সলনি ৰাখিম উমাল বুকুৰ মাজতে জোনাকীয়ে লাজতে খিৰিকীৰে ওভতে সাৱটি তোমাক লোৱা দেখি মৰমৰ বুলনিত মন মোৰ বাউলী চাৱনি তোমাৰ যাদুকৰী চাৱনি তোমাৰ যাদুকৰী চাৱনি তোমাৰ যাদুকৰী ♪ All the time that you spend in my mind I've been tryna take control now Sketching the things that I see in my brain All you gotta do is come over You come over You come over, yeah, yeah Yeah, yeah একুৰা অগনি দেহাৰে ভাঁজতে মতলীয়া দুয়ো দুয়োৰে নিচাতে দুদিনীয়া জীৱনৰ এই মায়াতে বান্ধি ৰাখিবাঁ মোক হিয়াতে গোপনে একুৰা অগনি দেহাৰে ভাঁজতে মতলীয়া দুয়ো দুয়োৰে নিচাতে দুদিনীয়া জীৱনৰ এই মায়াতে বান্ধি ৰাখিবাঁ মোক হিয়াতে গোপনে অৱচেতন মনতো চোন তোমাৰেই ছবি ভাহে আজি নিশা বুজি পালোঁ, তমসাও ভাল লাগে জোনাকীয়ে লাজতে খিৰিকীৰে ওভতে সাৱটি তোমাক লোৱা দেখি মৰমৰ বুলনিত মন মোৰ বাউলী চাৱনি তোমাৰ যাদুকৰী চাৱনি তোমাৰ যাদুকৰী চাৱনি তোমাৰ যাদুকৰী