Debabrata Gogoi - Mounota текст песни
Исполнитель:
Debabrata Gogoi
альбом: Mounota
আহাঁনা কাষলে' এবাৰ
কোৱাঁনা মোক কথা তোমাৰ
চোৱাঁ দুচকুলে' এবাৰ
চোৱাঁনা, চোৱাঁনা, চোৱাঁনা
আহাঁনা কাষলে' এবাৰ
কোৱাঁনা মোক কথা তোমাৰ
চোৱাঁ দুচকুলে' এবাৰ
প্ৰভাতলৈ তুমি নৰ'বাঁ (নৰ'বাঁ)
শ্যামলিমা এই আকাশত
তোমাৰে-মোৰে নাম লিখোঁ
সপোনৰেই দলিচাত
তোমাকে মই আঁকিছোঁ
আহাঁনা কাষলে' এবাৰ
♪
এই কোলাহলৰে মাজে-মাজে
তুমি-মই দুয়ো হাতে-হাতে
কিমান আৰু কৰা অভিমান!
এইসময় নাহে বাৰে-বাৰে
এই নিশা আৰু জোন-তৰা
বোৱঁতী নৈয়েও চাই আছে
কুঁৱলীয়ে আৱৰি ধৰা
সন্ধিয়াই তোমাক বিচাৰে
এই কোলাহলৰে মাজে-মাজে
তোমাৰ হ'লোঁ মই লাহে লাহে
মৌন হৈ আজি মোৰ মনে
তোমাৰ নামৰ গীত ৰচিছে
এই সুৰেদি কি আঁকিছা?
মোক সজাবলৈ দিবানে?
চোৱাঁনা মোৰ আশাই তোমাৰে
তোমাৰে ছবি আঁকিছে
আহাঁনা কাষলে' এবাৰ
কোৱাঁনা মোক কথা তোমাৰ
চোৱাঁ দুচকুলে' এবাৰ
চোৱাঁনা, চোৱাঁনা, চোৱাঁনা
আহাঁনা কাষলে' এবাৰ (ayy, ayy)
কোৱাঁনা মোক কথা তোমাৰ (তোমাৰ, তোমাৰ)
চোৱাঁ দুচকুলে' এবাৰ (এবাৰ, এবাৰ)
প্ৰভাতলৈ তুমি নৰ'বাঁ (নৰ'বাঁ)
শ্যামলিমা এই আকাশত (শ্যামলিমা এই আকাশত)
তোমাৰে-মোৰে নাম লিখোঁ (তোমাৰে-মোৰে নাম লিখোঁ)
সপোনৰেই দলিচাত
তোমাকে মই আঁকিছোঁ (আঁকিছোঁ)
আহাঁনা কাষলে' এবাৰ
Поcмотреть все песни артиста
Другие альбомы исполнителя