Lakhinandan Lahon - Toi Xuniso Ne текст песни
Исполнитель:
Lakhinandan Lahon
альбом: Toi Xuniso Ne
নিশা সুৰ মলয়াত উৰি
গভীৰ বিমন হৈ গৈ আছে
চাবি তোৰ নিজান ৰাতি
কাণতে গৈ বাজিব মোৰ সুৰ উদাসী
তই শুনিছনে নাই
তোৰ বাবে আছোঁ গায়
তাকেই ভাবি গোটেই ৰাতি
ভগা চিচাতে মই চাই
নিজক শান্তনাত পুতি আছোঁ ৰাতি
গোটেই ৰাতি
ৰাতিপুৱা উঠি মই বিচাৰিলো হাঁহি
মুখতে তোৰে ঋতে দিলে এন্ধাৰ সানি
দৌৰি আছোঁ কামতে পাহৰাৰ আশাতে
তোৰে যে কৰাল প্ৰেমকে সহজেৰে
সৰি পৰা শুকান পাতে
দিয়ে সহাৰি
আকৌ নিশা কিয় জানো
তোৰ কথা মচিব নোৱাৰি
যামিনীৰ যৱনিকাত তাপিত সুৰে সঘনে মোক আহি
হিয়াৰ উন্মনাত ৰিক্ত ছবিয়ে
দিয়ে আজি বিমন সানি
লিখোঁতে কাগজতে
প্ৰতিদিনে পৰে চকুৰেপানী
ইৰিণত কিয় তোৰ স্মৃতিয়ে
নিয়ে মন মোৰ টানি
আজি ৰিঙা মোৰ হৃতে বিচাৰিছে
নেহা তোক
আহি নিৰিবিলি পুঞ্জনক সানি দে
প্ৰীতিৰ সুখ
তই শুনিছনে নাই
হ-অ-অ-অ-অ
তোৰ বাবে আছোঁ গায়
হ-অ-অ-অ-অ
তই শুনিছনে নাই
তোৰ বাবে আছোঁ গায়
তাকেই ভাবি
গোটেই ৰাতি
ভগা চিচাতে মই চাই
নিজক শান্তনাত পুতি আছোঁ
ৰাতি গোটেই ৰাতি
ৰাতিপুৱা উঠি মই বিচাৰিলো হাঁহি
মুখতে তোৰে ঋতে দিলে এন্ধাৰ সানি
দৌৰি আছোঁ কামতে
পাহৰাৰ আশাতে
তোৰে যে কৰাল প্ৰেমকে সহজেৰে
Поcмотреть все песни артиста
Другие альбомы исполнителя