Kishore Kumar Hits

KLANZ - Tumake Bisaru текст песни

Исполнитель: KLANZ

альбом: Tumake Bisaru


এছাটি বতাহে মোক গোপনে
জীৱনৰে ৰামধেনুৰ ৰং সলায়
তোমাৰ হাঁহিতে মোৰ সপোনে, oh whoa oh
সেমেকা দুচকুৱে সুখৰে বাগৰ সলায়
এসাগৰ মৰম বুকুৱেদি বৈ যায়

তোমাৰে মিচিকিয়া হাঁহিত
ৰ'দে হাঁহে, বৰষা নামে
সপোনে যেন কৰেহি আমনি, whoa oh
বিচাৰি মৰমৰে সুবাস
তোমাৰ হিয়াৰ ভাঁজতে
হৃদয়ে যেন তোমাকে ধিয়ায়
আলসুৱা মনে তোমাকে বিচাৰে অজানিতে
তুমিয়েই তো মাথোঁ মোৰ বুকুৰ ভাঁজে ভাঁজে
এছাটি বতাহে মোক গোপনে, ওঁ-ওঁ-ওঁ
জীৱনৰে ৰামধেনুৰ ৰং সলায় (ৰং সলায়)
তোমাৰ হাঁহিতে মোৰ সপোনে, oh whoa oh
না-না-না, না-না-না-না-না (সেমেকা দুচকুৱে সুখৰে)
না-না-না-না (বাগৰ সলায়)
না-না-না, না-না-না-না-না, না-না-না-না

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

DXA

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель