Kishore Kumar Hits

KLANZ - Motoliya Mon текст песни

Исполнитель: KLANZ

альбом: Motoliya Mon


ফাগুনৰে এই পছোৱাতে বাউলী হৈ
বুকুৱে উলাহত নাচে বাগি হালি-জালি

ফাগুনৰে এই পছোৱাতে বাউলী হৈ
বুকুৱে উলাহত নাচে বাগি হালি-জালি
ফাগুনৰে এই পছোৱাতে বাউলী হৈ
বুকুৱে উলাহত নাচে হালি-জালি
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে
হেঙুলীয়া বেলিৰ ৰহণ সানি দিয়ে দুগালতে
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে

পলাশৰ ৰঙেৰে সেন্দুৰী ৰং বলোৱাহি
তোমাৰ ৰঙতে ৰাঙলী ধৰা সাজি-কাচি
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে
হেঙুলীয়া বেলিৰ ৰহণ সানি দিয়ে দুগালতে
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে
উতলা মন, হেঙুলী পোহৰ চুমাৰ পৰশতে (পৰশতে)
উন্মনা হৈ মনৰে পখীটি উৰি যায় দূৰণিলে'
জীৱনে বিচাৰে ধৰাৰে বুকুতে
জিৰাবলে' লৈ সুবাস অনন্য সৃষ্টিৰে
নীলা আকাশখনি চুমিব খোজোঁ
অস্ত বেলিটিক সাৱটি ধৰোঁ
ক্লান্ত জীৱনৰে নদী বৈ যায়

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

DXA

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель