Reba - Kiyo Ene Koi Morombur текст песни
Исполнитель:
Reba
альбом: Zubeen Garg Romantic
কিয় এনেকৈ মৰমবোৰ
অভিমানী হৈ যায়
কিয় এনেকৈ আপোনজন
অচিনাকী হৈ যায়
কিয় এনেকৈ জীবন হেৰাই
কিয় এনেকৈ জীবন হেৰাই
সময়ৰ প্ৰতিটো খোজত
কিয় এনেকৈ মৰমবোৰ
অভিমানী হৈ যায়
লিহিৰি আঙুলিৰ পৰশ মধুৰ
আপোন বুকুৰ উশাহ গধুৰ
লিহিৰি আঙুলিৰ পৰশ মধুৰ
আপোন বুকুৰ উশাহ গধুৰ
ভগা প্ৰেমৰ মৃতদেহ
বুকুৰ চিতাত জলে নিতে
কিয় এনেকৈ মৰমবোৰ
অভিমানী হৈ যায়
পথে পথে কতনা ছবি
দুহাতে দুমুঠি অতীত মাধুৰী
কৰবাত দুখৰো কান্দুন শুনো
বুকু ঢাকি হাবটি ৰাখো
কৰবাত দুখৰো কান্দুন শুনো
বুকু ঢাকি হাবটি ৰাখো
ভগা প্ৰেমৰ মৃতদেহ
বুকুৰ চিতাত জ্বলে নিতে
কিয় এনেকৈ মৰমবোৰ
অভিমানী হৈ যায়
কিয় এনেকৈ আপোনজন
অচিনাকী হৈ যায়
কিয় এনেকৈ জীবন হেৰাই
কিয় এনেকৈ জীবন হেৰাই
সময়ৰ প্ৰতিটো খোজত
কিয় এনেকৈ মৰমবোৰ
অভিমানী হৈ যায়
Поcмотреть все песни артиста
Другие альбомы исполнителя