Kishore Kumar Hits

Tekobok - Tumi текст песни

Исполнитель: Tekobok

альбом: Tumi


লিখি থব নোখোজোঁ
হৃদয়তে সাঁচি ৰাখি থলো
তুমি আছা যে দূৰণিতে
তুমি আছা যে দূৰণিতে
বেজাৰ হ'ব নোৱাৰোঁ
ঢাকি থব নোখোজোঁ
তুমি আছা যে দূৰণিত
তুমি আছা যে দূৰণিত
সঁচাকে কোৱা তুমি মোৰ
মন আকাশৰ
লাজুকী তৰা হৈ ৰ'বা
দূৰ আকাশত
মনে যে বিচাৰে তোমাক
নিচেই কাষত
শুনিছা সঁচাকে যদি
বুজি বতাহত
সঁচাকে কোৱা তুমি মোৰ
মন আকাশৰ
লাজুকী তৰা হৈ ৰ'বা
দূৰ আকাশত
আকাশত
লিখি থব নোখোজোঁ
হৃদয়তে সাঁচি ৰাখি থলো
তুমি আছা যে দূৰণিত
তুমি আছা যে দূৰণিত
বেজাৰ হ'ব নোৱাৰোঁ
ঢাকি দিব নোখোজোঁ
তুমি আছা যে দূৰণিত
তুমি আছা যে দূৰণিত
দূৰণিত

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

S I

Исполнитель