Kishore Kumar Hits

TRIV - Bohagi текст песни

Исполнитель: TRIV

альбом: ABIKALPA


উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি
তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে

উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি
তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে

(বিহু-বিহু)

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

DXA

Исполнитель

Dyou

Исполнитель