Dipayon - Oi Kolija текст песни
Исполнитель:
Dipayon
альбом: Oi Kolija
চাৱনি মৰমে আৱৰা
দেহাটি ৰূপে-ৰসে ভৰা
নাচনী হাঁহিৰে মুহিলা
মাথো চিনাকি হ'বলে মন।
এছাটি-দুছাটি মৰমে সনা
চুলিৰে বতাহে চুলেহি দেহা
খামুচিয়া ককালতে তোমাৰ
এধানি চাৱনি পৰিলে আমাৰ
অ' এছাটি-দুছাটি মৰমে সনা
চুলিৰে বতাহে চুলেহি দেহা
খামুচিয়া ককালতে তোমাৰ
এধানি চাৱনি পৰিলে আমাৰ
অ' মোৰে সপোনৰ
অ' মোৰে লগৰী
এইবেলি সুধিমে তোমাৰে নাম কি।
মনৰে কথাটি মোকে খুলি কোৱানা
হিয়াৰে বাতৰি হিয়া খুলি দিয়ানা
অ' মনৰে কথাটি মোকে খুলি কোৱানা
হিয়াৰে বাতৰি হিয়া খুলি দিয়ানা
মৰমযে জাগিছে তোমালে
দুয়ো অচিনাকি ভাবেৰে
মৰমযে জাগিছে তোমালে
দুয়ো অচিনাকি ভাবেৰে
তোমাৰে মৰম পাবলে
খোপাটি তোমাৰ কপৌৰে ভৰা
দেহাটি মুগা সাজেৰে সজা
চকুতে জ্বলিছে প্ৰেমৰে সুবাস
নাচোনত ভাহিছে মনৰে আভাস
অ' মোৰে সপোনৰ
অ' মোৰে লগৰী
এইবেলি সুধিমে তোমাৰে নাম কি।
Поcмотреть все песни артиста
Другие альбомы исполнителя