Kishore Kumar Hits

Dipayon - Xaboti Lou Tumak текст песни

Исполнитель: Dipayon

альбом: Xaboti Lou Tumak


সাবটি লওঁ তোমাকে
প্ৰেমে তিতা হাতেৰে
সাবটি লওঁ তোমাকে
প্ৰেমে তিতা হাতেৰে
নিৰৱতাইও ধৰে হেচুকি
কিছু কথা প্ৰেমৰে
সাঁচি থোৱা তোমালে
জনাবলে থাকিলে যে বাকী
মনে কান্দিছে তোমালৈয়ে
হিয়া থমকিছে তোমাতে
এই হেপাহ কিছু যাচো তোমাকে
মনে ওমলে যে তোমাতে
দুখে সাবটে যে হিয়াতে
এই হিয়াৰ মৰম যাচো তোমালে
হাঁহিছো যে তোমালে
ৰৈচো যে তোমালে
নিৰৱতাইও ধৰে হেচুকি
কিছু কথা প্ৰেমৰে
সাচি থোৱা তোমালে
জনাবলে থাকিলে যে বাকী

কথা বহুতো আছে ক'বলে
তোমাতেই ৰাগ উচাটন
আশা নিৰাশাই ৰাখে আৱৰি
তুমিহীন মই অকাৰণ
এই বুকুৰ কথা
তোমালৈয়ে ৰখা
এই মনৰ বেদনাখিনি প্ৰেমেৰে
এই বুকুৰ বেথা
তোমালৈয়ে ৰখা
এই হিয়াৰ বেদনাখিনি উমেৰে
এই ফাগুনী বতাহ এজাকে
তোমাকে নিনিয়ে যেন কাঢ়ি
তোমাকে নিনিয়ে যেন কাঢ়ি
তথাপিও কি জানা
হাঁহিছোযে তোমালে
ৰৈছোযে তোমালে
নিৰৱতাইও ধৰে হেচুকি
কিছু কথা প্ৰেমৰে
সাচি থোৱা তোমালে
জনাবলে থাকিলে যে বাকী

সাবটি হে লওঁ
তোমাকে হিয়াৰে মাজত

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

DXA

Исполнитель

DHRTX

Исполнитель

ILIAD

Исполнитель

TRIV

Исполнитель