Kishore Kumar Hits

Tridip Kalita - Mon Akaxor Jun текст песни

Исполнитель: Tridip Kalita

альбом: Mon Akaxor Jun


তোমাৰ নামতে মোৰ হিয়াৰে
দুৱাৰ খুলি থলো,
তোমাৰে ছবি মোৰ হিয়াতে
গোপনে আঁকি ললো ।
তোমাৰ নামতে মোৰ হিয়াৰে
দুৱাৰ খুলি থলো,
তোমাৰে ছবি মোৰ হিয়াতে
গোপনে আঁকি ললো ।
হিয়াৰে কথাবোৰ তোমাকে কমগৈ
মনৰে বেজাৰত কাষতে ৰমগৈ
তুমি মোৰ মন আকাশৰ জোন
এবাৰ কাষলে আহা চোন
কাষলে আহি মোক
তুমি সাৱটি ধৰা চোন ।।
তুমি চালে মোৰ ৰাতিৰ আকাশত
নামি আহে এটি জোনাক,
তুমি চালে মোৰ হৃদয়ত
ফুলি উঠে এপাহি গোলাপ ।
তুমি চালে মোৰ ৰাতিৰ আকাশত
নামি আহে এটি জোনাক,
তুমি চালে মোৰ হৃদয়ত
ফুলি উঠে এপাহি গোলাপ ।
হিয়াৰে কথাবোৰ তোমাকে কমগৈ
মনৰে বেজাৰত কাষতে ৰমগৈ
তুমি মোৰ মন আকাশৰ জোন
এবাৰ কাষলে আহা চোন
কাষলে আহি মোক
তুমি সাৱটি ধৰা চোন ।।

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

DHRTX

Исполнитель

Dyou

Исполнитель

TRIV

Исполнитель