Kishore Kumar Hits

Gaurav Chetia - Jolala Premor Ogoni текст песни

Исполнитель: Gaurav Chetia

альбом: Jolala Premor Ogoni


উজাগৰি ৰাতি আহি
সপোনতে ৰ'লা তুমি
উজাগৰি ৰাতি আহি
সপোনতে ৰ'লা তুমি
আলখোৱা হিয়াতে
জ্বলালা প্ৰেমৰ অগনি
(অ' মোৰ জান কলিজা)
জ্বলালা প্ৰেমৰ অগনি
(কিয়নো আহিলা)
জ্বলালা প্ৰেমৰ অগনি
এতিয়া কবিতাতে তোমাৰে নাম
লিখি থলো
এতিয়া হৃদয়তে তোমাৰ ঠিকনা
আঁকি ললো
এতিয়া কবিতাতে তোমাৰে নাম
লিখি থলো
এতিয়া হৃদয়তে তোমাৰ ঠিকনা
আঁকি ললো
নজনাকে নুবুজাকে
দেখিছোঁ সপোন যে ক'ত তোমাৰেই
কিনো তোমাৰ চাৱনিয়ে
কৰে মোক আমনি প্ৰতি পলতে
অজানিতে কিয় বাৰু
ৰ'লা তুমি
মোৰেনো কাষতে
(অ' মোৰ জান কলিজা)
জ্বলালা প্ৰেমৰ অগনি
(কিয়নো আহিলা)
জ্বলালা প্ৰেমৰ অগনি

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

KLANZ

Исполнитель

DHRTX

Исполнитель

TRIV

Исполнитель