Anurag Saikia - Protitu Pol текст песни
Исполнитель:
Anurag Saikia
альбом: Protitu Pol - Single
তুমি ঢালি দিলাহি বুকুতে মোক
অবুজ শিহৰণ
পাখি মেলি উৰি গুচি
আবিচাৰি হিয়াৰ সমীৰণ
হেঙুলী কি ৰঙে,
তোমাকে সুৱাৰালে,
ৰদালীয়ে মিছিকি হাঁহে এ এ,
সপোনে চোৱা কে,
মুৰেনো দুচকুতে,
তোমাৰে কোমল পৰশতে
প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী ।
প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।
জোনাকৰে দলিচাত, অনুৰাগী ভাবনাত
তোমাৰে মিঠা হাঁহি ফুলি উঠে
কলিজাৰে মাজতে, গুলাপৰে পাহি মেলে
তুমি ৰলেহি কাষত নীৰৱে
সুৰভি কথাৰে,মনতে তিকা জাগে
আবেগৰ জোৱাৰ উঠে তোমাতে
শুকুলা ডাৱৰে, তোমাৰ কথা আহি কলে
অভিমানি মোৰো আজি উৰা মাৰে
প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।
প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।
Поcмотреть все песни артиста
Другие альбомы исполнителя