Rupam Bhuyan - Barixar Jiya Dhol текст песни
Исполнитель:
Rupam Bhuyan
альбом: Barixar Jiya Dhol
বাৰিষাৰ জীয়া ঢলে
আবেগত শিয়ৰাই তোলে
বাৰিষাৰ জীয়া ঢলে
আবেগত শিয়ৰাই তোলে
অবুজ মন, গলি গলি সৰে
অবুজ মন, গলি গলি সৰে
দুহাত মেলি, বিজুলী ছবি
অচিন সুৱাস, সুৰৰ ৰাগিনী
বাৰিষাৰ জীয়া ঢলে
আবেগত শিয়ৰাই তোলে
দুখ নে সুখৰ নিজৰা বৈ
যাযাবৰী ঠিকনা হৈ
জীৱনে সোধেহি বেদনা সামৰী
আহিবনে সুখৰ মালিতা ঘুৰি
দুহাত মেলি বিজুলী ছবি
অচিন সুবাস, সুৰৰ ৰাগিনী
বাৰিষাৰ জীয়া ঢলে
আবেগত শিয়ৰাই তোলে
হেৰুৱাৰে বেদনা গধুৰ
হেপাহৰে অমিয়া মধুৰ
আশাৰ ছাকিটি উঠে উজলি
সপোনে দিয়ে দিঠকৰ ছবি আঁকি
দুহাত মেলি বিজুলী ছবি
অচিন সুবাস, সুৰৰ ৰাগিনী
বাৰিষাৰ জীয়া ঢলে
আবেগত শিয়ৰাই তোলে।
Поcмотреть все песни артиста
Другие альбомы исполнителя