Kishore Kumar Hits

Debojit - Kothati Bujilu текст песни

Исполнитель: Debojit

альбом: Hiya Diya Niya


কথাটি বুজিলোঁ আমি এতিয়া
গাব যে নাজানা নাচিবও নাজানা
গাব যে নাজানা নাচিবও নাজানা
ৰূপে মোহনীয়া তুমি এনেনো
তোমাৰ সতেহে গান নাগায় হে পাৰিছোঁ
তোমাৰ লগতে গান নাগায় হে পাৰিছোঁ
ৰূপে মোহনীয়া তুমি এনেনো
হিয়া দিয়া নিয়াৰে সময় সকলোৱে বুজি পাই
নাজানো তুমি কিয় নুবুজা
ৰাখিছা কি হৃদয় অনুভূতিও নাই
মৰমো আহি উভতি যায়
হিয়া দিয়া নিয়াৰে সময় সকলোৱে বুজি পাই
নাজানো তুমি কিয় নুবুজা
ৰাখিছা কি হৃদয় অনুভূতিও নাই
মৰমো আহি উভতি যায়
জানিব খুজিছোঁ অভিমানী বতৰা
কি আছেনো আঁৰত খুলি কোৱা
কিয় লাগে জানিব তুমিনো
বুকু ভৰা মৰম কাৰ বাবে ৰাখিছোঁ
সপোনে দিঠকে কাৰ কথা ভাবিছোঁ
কিয় লাগে জানিব তুমিনো
কাষলে নাহিবা কাষলে নিজকে ৰাখিবা দূৰতে
উৰণীয়া মন সামৰি থৈ
জিৰণি বিচাৰিলে বলিয়া তোমাৰ মনে
বিচাৰি লোৱা আনত গৈ
কাষলে নাহিবা কাষলে নিজকে ৰাখিবা দূৰতে
উৰণীয়া মন সামৰি থৈ
জিৰণি বিচাৰিলে বলিয়া তোমাৰ মনে
বিচাৰি লোৱা আনত গৈ
মোৰো মৰম তোমালৈ কাহানিও নবই
ঘৰৰে লৰাই যোৱা ঘৰলৈ
সকলো এৰি মোকে বাছি লোৱা
যৌৱন বাগৰিলে উভতি হম নোচোৱা
মৰম মৰম বুলি তেতিয়া কান্দি ৰবা
ৰূপে মোহনীয়া তুমি এনেনো
তোমাৰ লগতে গান নাগায় হে পাৰিছোঁ
ৰূপে মোহনীয়া তুমি এনেনো
তা না না না না না তা না না না

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители

Biddu

Исполнитель

Hamza

Исполнитель