Deepshikha Bora - Basi Basi Tumake Basim текст песни
Исполнитель:
Deepshikha Bora
альбом: Basi Basi Tumake Basim
ধৰোঁ নধৰোঁ কৈ
তোমাৰ হাতত ধৰিম
তুমি নপৰিলেও
তোমাৰ প্ৰেমত পৰিম
নাচাবা দেই আনলৈ
জ্বলি পুৰি মৰিম
কবও নোৱাৰোঁ
কোৱা কিনো কৰিম
বাচি বাচি তুমাকে বাচিম
কপালতে চুমাটো আঁকি
তোমাক সাজিম কাচিম
বুজি পাবা খুলিও নকওঁ
খুজি খুজি মৰমো নলও
তুমি মৰম দি থাকিবা
মই অনৰে নহওঁ
♪
লিৰিকি বিচাৰি
পালোঁ যে বিচাৰি
তোমাৰ মান কোনোৱেই
তোমাৰ মান কোনোৱেই নাই
চালিলো জাৰিলো
বুজিব যে পাৰিলোঁ
তোমাৰ মান তোমাৰ মান কোনোৱেই নাই
বেছি বেছি তুমাকে বাচিম
হাসতিতে যতনাই সাঁচিম
কপালতে চুমাটো আঁকি
তোমাক সাজিম কাচিম
বুজি পাবা খুলিও নকওঁ
খুজি খুজি মৰমো নলও
তুমি মৰম দি থাকিবা
মই আনৰে নহওঁ
♪
জোন তৰাও থাকিলে
সোণ তুমিও থাকিবা
থাপনাৰ এগছি চাকি হৈ
উশাহ যেতিয়া লৈ আছে
তুমি তেতিয়ালৈ আছা
লগৰী তুমিয়েইটো হয়
তুমাকে বাচিম
হাসতিতে যতনাই সাঁচিম
কপালতে চুমাটো আঁকি
তোমাক সাজিম কাচিম
বুজি পাবা খুলিও নকওঁ
খুজি খুজি মৰমো নলও
তুমি মৰম দি থাকিবা
মই আনৰে নহওঁ
Поcмотреть все песни артиста
Другие альбомы исполнителя